মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি?

কেনেকৈ আনক আকৰ্ষণ কৰিব? বা নিজৰ ব্যক্তিত্যৰ বিকাশ কেনেকৈ কৰিব? মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি।বা মানুহৰ লগত কথা কেনেকৈ পাতিব? বা কমিউনিকেচন স্কিলৰ( Communication skill) কেনেকৈ বিকাশ সাধন কৰিব। প্ৰথমেই কৈ লও এই সন্দৰ্ভত আলোচনা কৰাৰ আগতে মই যিখিনি কথা লিখিম সেই কথা খিনি বিখ্যাত Sandeep Maheswari. ছাৰৰ এটি ভিডিঅ চাই মই অনুপ্ৰানিত হও,আৰু তেওৰ উপদেশ মানি প্ৰেক্টিকেলি এই মেঠদ এপ্লাই কৰি সফলতা পাইছো।আজিৰ লেখাটোত মহেশ্বৰী ছাৰৰ পৰা পোৱা জ্ঞান আৰু মোৰ নিজৰ অভিজ্ঞতাৰে আলোচনা কৰিম। প্ৰথমে জানি লওক আপুনি মানুহৰ লগত কথা পাতিলে তেঁও বিৰক্তি পাই নেকি? আপুনি কামোৰ বুলি বদনাম আছে নেকি?(মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি)

আপুনি কথা পাতিলে মানুহে আপোনাক গুৰুত্ব দিব নোখোজে নেকি? আপুনি যিমানেই ভাল কথা নকওক কিয় কিছুমান মানুহে আপোনাৰ কথা শুণি আপোনাক পেংলাই কৰে নেকি? এই কথাবোৰৰ ওপৰিও আপুনি কোনো বিশেষ ব্যক্তিৰ মনোযোগ আকৰ্ষন কৰিব খোজে নেকি? কোনো এজনি ছোৱালীক আপোনাৰ ভাল লাগিছে তাইক আপুনি ইম্প্ৰেছ কৰিব খোজে নেকি? আপুনি বিচাৰে নেকি আপোনাৰ হাজবেণ্ডে আপোনাৰ লগত কাজিয়া নকৰক আৰু ৱাইফে আপোনাৰ লগত সদায় ভাল ব্যবহাৰ কৰক? এই সকলোৰে উপাই এটাই আছে মানুহৰ লগত পৰিস্থিতি সাপেক্ষে কথা পাতিব জানিব লাগিব। আহক আমি প্ৰশ্নবোৰৰ উত্তৰৰ বাবে কেইটামান সহজ কিটিপ জানি লও।

১।আপুনি যাৰে লগতে কথা নাপাতক কিয় তেও আপুনি কথা পাতিব বিচৰা সময়ত কি মোদত আছে তাক এবাৰ বাহিৰৰ পৰা চাওক। যদি তেঁও আনন্দত আছে সেইখিনি সময়ত আপুনি তেওৰ লগত ৰসাল কথা পাতক,যদি তেও দুখত থকা যেন লাগে তেওৰ দুখৰ সমভাগী হওক,যদি ৰোমাণ্টিক মোদত থাকে ,ৰোমাণ্টিক মোদত কথা পাতক।মন কৰিব তেখেতৰ মোদ টো কি হৈ আছে তেও খঙত থকাৰ সময়ত আপুনি যদি তেওৰ লগত আপুনি ভাল পাই বুলিয়েই অনবৰতে ধম’ শাস্ত্ৰ ৰ কথা পাতিবলৈ লই তেও বিৰক্তি পাবই খাটাং।সেয়েহ কিছুমান মানুহে সমাজত কামোৰ উপাধি পাই।আপুনি কথা পাতিব খোজা ব্যক্তিজনৰ সেই সময়ত মানসিক স্থিতি লক্ষ্য কৰি কথা পাতক দেখিব বুঢ়া মানুহ,ডেকা মানুহ,ছোৱালী,ল’ৰা সকলোৰে মনোযোগ আকৰ্ষণ কৰিব পাৰিছে। ২।নমনীয় হওক:স্বামী আৰু স্ত্ৰী দুইগৰাকিৰ মাজত মতবিৰোধ হলে সাধাৰণতে মানুহে কি কৰে চাওক।

স্বামী:আহ হা মই কি কৈ আছো তুমি ভালকৈ নুশুনা নেকি হে?কথা বোৰ বুজিবলৈ কিয় যত্ন নকৰা হাৰামজাদী। স্ত্ৰী: অই আপুনি জ্ঞান দিবলৈ নাহিব,আপুনি কাক হাৰামজাদী কৈছে?আপুনি মই কি কৈ আছো বুজিছেনে নাই হা?আপুনি কাক হাৰাম জাদী কৈছে চাল্লা। এতিয়া দুইজনে এনেকে কাজিয়া কৰি থাকিব আৰু পাছত দহ দিনলৈ নামাতা হব।ভাত নোখোৱা হব। কিন্তু সমস্যাৰ সমাধান হব নে,তাতকৈ যদি ইজনে সিজনৰ অসুবিধা কি হৈছে বুজিবলৈ যত্ন কৰে তেন্তে কাজিয়া নহয়। দালিত নিমখ কম কিয় হ’ল সেইটোক লৈ গিৰীয়েকে ঘৈণীয়েকক কুকুৰপিটা গালি দিয়াতকৈ যদি অলপ নিমখ থালৰ কাষত লৈ ললেই তেতিয়াই দেখোন সমস্যা টো সমাধান হব।

আপোনাক কোনোবাই টান মাতেৰে কথা কবলে আহিলে আপুনি তেওক কব “হয় ঠিক আছে মই মানিছো আপোনি কোৱা মতে যে মোৰ বস্তু বেয়া হৈছে কিন্তু মোক কবনে বাৰু কি কি বস্তু মই বেয়া দিলো কিহত মোৰ মাল খিনি আপুনি বেয়া পালে” এই ধৰণে যদি কথা পাতে দেখিব আপুনা লোক দুজনৰ মাজত হাই কাজিয়া নালাগি কোনো তক’ বিতক’ নহয় কেবল ডিচকাচন হে হৈছে,আৰু তাকে দেখি আপোনাক গালি দিবলৈ অহা মানুহ জনৰো মাইণ্ড চেঞ্জ হৈ যাব আৰু এনেকৈ য়ে দেখিব আপুনি তেখেতক আকৰ্ষণ কৰিব পাৰিছে। ৩।বদি লেংগুৱেজৰ ব্যবহাৰ কৰক: কাৰোবাক আকষ’ণ কৰিবলে হলে বডি লেংগুৱেজৰ গুৰুত্ব অতি প্ৰয়োজনীয়। মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি

স্বামী:আহ হা মই কি কৈ আছো তুমি ভালকৈ নুশুনা নেকি হে?কথা বোৰ বুজিবলৈ কিয় যত্ন নকৰা হাৰামজাদী। স্ত্ৰী: অই আপুনি জ্ঞান দিবলৈ নাহিব,আপুনি কাক হাৰামজাদী কৈছে?আপুনি মই কি কৈ আছো বুজিছেনে নাই হা?আপুনি কাক হাৰাম জাদী কৈছে চাল্লা। এতিয়া দুইজনে এনেকে কাজিয়া কৰি থাকিব আৰু পাছত দহ দিনলৈ নামাতা হব।ভাত নোখোৱা হব। কিন্তু সমস্যাৰ সমাধান হব নে,তাতকৈ যদি ইজনে সিজনৰ অসুবিধা কি হৈছে বুজিবলৈ যত্ন কৰে তেন্তে কাজিয়া নহয়। দালিত নিমখ কম কিয় হ’ল সেইটোক লৈ গিৰীয়েকে ঘৈণীয়েকক কুকুৰপিটা গালি দিয়াতকৈ যদি অলপ নিমখ থালৰ কাষত লৈ ললেই তেতিয়াই দেখোন সমস্যা টো সমাধান হব।

আপোনাক কোনোবাই টান মাতেৰে কথা কবলে আহিলে আপুনি তেওক কব “হয় ঠিক আছে মই মানিছো আপোনি কোৱা মতে যে মোৰ বস্তু বেয়া হৈছে কিন্তু মোক কবনে বাৰু কি কি বস্তু মই বেয়া দিলো কিহত মোৰ মাল খিনি আপুনি বেয়া পালে” এই ধৰণে যদি কথা পাতে দেখিব আপুনা লোক দুজনৰ মাজত হাই কাজিয়া নালাগি কোনো তক’ বিতক’ নহয় কেবল ডিচকাচন হে হৈছে,আৰু তাকে দেখি আপোনাক গালি দিবলৈ অহা মানুহ জনৰো মাইণ্ড চেঞ্জ হৈ যাব আৰু এনেকৈ য়ে দেখিব আপুনি তেখেতক আকৰ্ষণ কৰিব পাৰিছে। ৩।বদি লেংগুৱেজৰ ব্যবহাৰ কৰক: কাৰোবাক আকষ’ণ কৰিবলে হলে বডি লেংগুৱেজৰ গুৰুত্ব অতি প্ৰয়োজনীয়। মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি। কাজিয়া নোহোৱা কৰিবলৈ ইজনে সিজনৰ কথা বুজক। ধৰি লওক এজন ব্যক্তিয়ে দোকানৰ মাল খাই বেয়া পাইছে আৰু আপোনাক গালি দিবলৈ আহিছে যে কি মাল দিছা হে গোটেইবোৰ পছা।আপুনি কি কৰিব তেওৰ লগত যুক্তি তক’ কৰিব নে?

যদি আপোনি তেওৰ লগত কাজিয়া কৰে বা তক’ কৰে তেন্তে আপোনালোক দুইজনৰে কমিউনিকেচন স্কিল জিৰ’।কথা পাতিব নাজানে আপোনাক কোনোবাই টান মাতেৰে কথা কবলে আহিলে আপুনি তেওক কব “হয় ঠিক আছে মই মানিছো আপোনি কোৱা মতে যে মোৰ বস্তু বেয়া হৈছে কিন্তু মোক কবনে বাৰু কি কি বস্তু মই বেয়া দিলো কিহত মোৰ মাল খিনি আপুনি বেয়া পালে” এই ধৰণে যদি কথা পাতে দেখিব আপুনা লোক দুজনৰ মাজত হাই কাজিয়া নালাগি কোনো তক’ বিতক’ নহয় কেবল ডিচকাচন হে হৈছে,আৰু তাকে দেখি আপোনাক গালি দিবলৈ অহা মানুহ জনৰো মাইণ্ড চেঞ্জ হৈ যাব আৰু এনেকৈ য়ে দেখিব আপুনি তেখেতক আকৰ্ষণ কৰিব পাৰিছে। ৩।বদি লেংগুৱেজৰ ব্যবহাৰ কৰক: কাৰোবাক আকষ’ণ কৰিবলে হলে বডি লেংগুৱেজৰ গুৰুত্ব অতি প্ৰয়োজনীয়। (মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি)

কাজিয়া নোহোৱা কৰিবলৈ ইজনে সিজনৰ কথা বুজক। ধৰি লওক এজন ব্যক্তিয়ে দোকানৰ মাল খাই বেয়া পাইছে আৰু আপোনাক গালি দিবলৈ আহিছে যে কি মাল দিছা হে গোটেইবোৰ পছা।আপুনি কি কৰিব তেওৰ লগত যুক্তি তক’ কৰিব নে?যদি আপোনি তেওৰ লগত কাজিয়া কৰে বা তক’ কৰে তেন্তে আপোনালোক দুইজনৰে কমিউনিকেচন স্কিল জিৰ’।কথা পাতিব নাজানে আপোনাক কোনোবাই টান মাতেৰে কথা কবলে আহিলে আপুনি তেওক কব “হয় ঠিক আছে মই মানিছো আপোনি কোৱা মতে যে মোৰ বস্তু বেয়া হৈছে কিন্তু মোক কবনে বাৰু কি কি বস্তু মই বেয়া দিলো কিহত মোৰ মাল খিনি আপুনি বেয়া পালে” এই ধৰণে যদি কথা পাতে দেখিব আপুনা লোক দুজনৰ মাজত হাই কাজিয়া নালাগি কোনো তক’ বিতক’ নহয় কেবল ডিচকাচন হে হৈছে,আৰু তাকে দেখি আপোনাক গালি দিবলৈ অহা মানুহ জনৰো মাইণ্ড চেঞ্জ হৈ যাব আৰু এনেকৈ য়ে দেখিব আপুনি তেখেতক আকৰ্ষণ কৰিব পাৰিছে। ৩।বদি লেংগুৱেজৰ ব্যবহাৰ কৰক: কাৰোবাক আকষ’ণ কৰিবলে হলে বডি লেংগুৱেজৰ গুৰুত্ব অতি প্ৰয়োজনীয়। (মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি)

আপোনাক কোনোবাই টান মাতেৰে কথা কবলে আহিলে আপুনি তেওক কব “হয় ঠিক আছে মই মানিছো আপোনি কোৱা মতে যে মোৰ বস্তু বেয়া হৈছে কিন্তু মোক কবনে বাৰু কি কি বস্তু মই বেয়া দিলো কিহত মোৰ মাল খিনি আপুনি বেয়া পালে” এই ধৰণে যদি কথা পাতে দেখিব আপুনা লোক দুজনৰ মাজত হাই কাজিয়া নালাগি কোনো তক’ বিতক’ নহয় কেবল ডিচকাচন হে হৈছে,আৰু তাকে দেখি আপোনাক গালি দিবলৈ অহা মানুহ জনৰো মাইণ্ড চেঞ্জ হৈ যাব আৰু এনেকৈ য়ে দেখিব আপুনি তেখেতক আকৰ্ষণ কৰিব পাৰিছে। ৩।বদি লেংগুৱেজৰ ব্যবহাৰ কৰক: কাৰোবাক আকষ’ণ কৰিবলে হলে বডি লেংগুৱেজৰ গুৰুত্ব অতি প্ৰয়োজনীয়। (মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি)

যদি কোনোবাই মুখ খন ফুলাই খং ৰাগ কৰি মাত দিয়ে ভাল পাব নে? আনক বা অচিনাকি মানুহক মাতিলে বা ৰিলেশ্বন গঠন কৰিব খোজোতে সদায় মানুহক এটা হাঁহিৰে সম্ভাষণ জনাব।হাহিটো এটা মিচিকিয়া হাহি হব লাগে। যাক আপোনাৰ ভাল লাগে তেও যদি আপোনাক এক্সাইটেদ হৈ কথা কয় আপুনিও তেওক এক্সাইটেড হৈ এ ৰিপ্লাই দিব।যদি তাকে নকৰি আপুনি কেবল গহীন ভাবে “আচ্ছা” বা ” hmm” এইবোৰ কৈ থাকে মানুহ জন বিৰক্ত হব। এটা উদাহৰণ, আপুনি এজনি ছোৱালীক ভাল পাই কিন্তু স্বভাৱত আপুনি অলপ গম্ভীৰ আৰু তাই যদি কয় তাই: অই জান আজি বঢ়িয়া চিনেমা এখন চালো।বঢ়িয়া একদম। আপুনি: হুম,ও আচ্ছা এনে ধৰণে যদি ৰিয়ক্ট কৰে আপুনি বেছি দিন ৰিলেচনচিপ টিকি ৰাখিব নোৱাৰিব।

মানুহক আকৰ্ষণ কৰিবলৈ অলপ চতুৰ হব লাগিব। আপুনি কাৰ লগত কি কথা পাতিলে খাপ খাব সেইটো জানিব লাগিব। বুঢ়া মানুহ এজনৰ ৰ লগত যদি আপুনি প্ৰেমৰ কথা পাতে আপুনি নিশ্চয় গালি খাব। সেইদৰে আপোনাৰ লগৰ সমনীয়াৰ লগত যদি আপুনি বিৰক্তিদায়ক কিছুমান কথা পাতে আপুনাক সকলোৱে ব’ৰ বা কামোৰ বুলি এই কব। সেয়েহে মানুহ এজন লগ পালে তেও কেনে ধৰণৰ কথা পাতিবৰ বাবে আগ্ৰহী সেই কথাটো লৈ মন কৰি তেওৰ লগত সেই ধৰণে কথা পাতক। দেখিব আপুনি মানুহৰ চকুত পৰিছে। আৰু আজি লৈ নকও। পঢ়ি কেনে পালে জনাব। যাতে আপুনালোকৰ মাজত নতুন নতুন কথা আনি থাকিব পাৰো তাৰ বাবে লাইক মাৰি উৎসাহ দি থাকিব। শেষত সকলোৰে মংগল কামনা কৰিলো। (মানুহৰ লগত ওপজা ছটা দুষ্ট প্রবৃত্তি কি কি)

Leave a Comment